When we are sad, it can be not easy to express ourselves informally. That is when we use an image quote. Sad image quotes are the best way to express our emotions.
In this post, we will share 51+ Sad Assamese status or Assamese Dukhor status in 2023. These images are free to download and use on your WhatsApp, Instagram, or Facebook status.
Assamese Dukhor Status
কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে।
বিশ্বাসঘাটকতা কৰিলেও মনত ইমান কষ্ট নহয়, যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়।
বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়।
নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ লব ভালকৈ জানে।
বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়।
দুখ তেতিয়াই লাহে যেতিয়া দুইজন ONLINE থাকো অথচ ইজনে সিজনক Message নকৰো।
Assamese Dukhor Status 2023
ফুলেৰে সজোৱা এখনি গামোচা তোমাৰে মোৰে মিলনৰে গামোচা ৰাখিছিলোঁ কিমান যে মৰমত সেই মৰম পাহৰি গ’লা এখনি নতুন সংসাৰ ল’লা
এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।
সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে।
জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল ।
ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছো নিজৰ সুখৰ বাবে।
প্ৰয়োজন শেষ হলে, এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়।
Best Assamese Dukhor Status
সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ, আৰু নিজানত অকলে হাঁহিব নোৱাৰো।
আজিকালি মিছা কথাতকৈ সঁচা কথা কলে সম্পৰ্ক বেছি নষ্ট হয়।
সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে ।
মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, নিজৰ ভুলৰ বাহিৰে।
সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই আচৰণেই যথেষ্ট।
যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হব নোৱাৰে।
Sad Assamese Status (Assamese Dukhor Status)
সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ।
অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা।
মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হবলৈ বাধ্য কৰে।
বটলৰ পানীৰ দাম আছে কিন্তু চকুপানীৰ দাম নাই।
মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান ?
অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়।
Best Sad Assamese Status (Assamese Dukhor Status)
হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে।
সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে।
দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত।
এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।
সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায়
এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট।
Dukhor Shayari Assamese (Assamese Dukhor Status)
স্বার্থপৰ পৃথিৱীত
ভাল বুলি একো নাই,
তুমি যাৰ মনত ভাল লগাব পাৰিছা
তেওঁৰ ওচৰত তুমি ভাল।
আৰু যাৰ পাৰা নাই তুমি তেওঁৰ
ওচৰত তুমি বেয়া।
স্বার্থপৰ মানুহবোৰে কি বুজিব
এটা সম্পর্কৰ মূল্য কিমান।
কাৰণ তেওঁলোকেটো স্বার্থপৰ বাবেহে
আপোন হোৱাৰ অভিনয় কৰে।
স্বার্থপৰ তুমি মিছলিয়াও
তথাপিও তোমাক আপোন বুলি ভাবি
তোমাৰ কাষলৈ আছোঁ,
এদিন এখন ৰঙা ৰুমাল দিম তোমাক
মেলি চালে এটা অনুভৱ পাবা
আৰু বতাহত ঠিকনা বিচাৰিবা মোৰ।
✍️ Rumnu Rumi Dutta
স্বার্থপৰ মানুহৰ লগত
কেতিয়াও সম্পর্ক নাৰাখিবা, কাৰণ
স্বার্থপৰ মানুহে সম্পর্কৰ মূল্য
বুজি নাপায়।
তেওঁলোকে কেৱল নিজৰ স্বার্থৰ
বাবেহে ভাবে।
আজিকালি মানুহবোৰ
ইমানেই স্বার্থপৰ যে দৰকাৰ হ’লে
সম্পর্কই এৰি দিব,
কিন্তু অহংকাৰ এৰি নিদিয়ে।
স্বার্থপৰ মানুহ আৰু
মিছা সম্পর্ক এটাত থকাতকৈ
অকলে থকাই ভাল।
স্বার্থপৰ নহয় বাবেই
সুখবোৰ বহুত কমকৈ, আৰু
দুখবোৰ বহুত বেছিকৈ পাওঁ।
স্বার্থপৰ মানুহ কেতিয়াও আপোন নহয়,
কাৰণ স্বার্থ শব্দটোৰ পিছত
পৰ থাকে।
স্বার্থপৰ মানুহে বুজি নাপায়
সম্পর্ক কি।
সুখত থকা মানুহে নুবুজে কষ্ট কি ?
সপোন দেখা মানুহে নুবুজে বাস্তৱ কি ?
আৰু স্বার্থপৰ মানুহে নুবুজে সম্পর্ক কি ?
এই পৃথিৱীত মা-দেউতাৰ বাহিৰে
সকলো স্বার্থপৰ।
কিছুমান স্বার্থপৰ মানুহৰ পৰা
আঁতৰত থাকি অকলেই
বহুত ভালে আছোঁ।
স্বার্থপৰ মানুহবোৰতকৈ শত্রুবোৰেই ভাল,
অন্তত তেওঁলোকে স্বার্থৰ বাবে
মিছা কথা কৈ আপোন হোৱাৰ নাটক নকৰে।
এবাৰ মৃত্যু হৈ আকৌ
ঘূৰি আহিব পৰা হ’লে জানিব
পাৰিলো হেঁতেন,
কোনে হাঁহে, কোনে কান্দে।
কোন আপোন, কোন পৰ।
কোন বিশ্বাসী, কোন স্বার্থপৰ।
এইয়াই বাস্তৱ
ভাল মানুহে ঠগ খাই,
সৎ মানুহে কষ্ট পাই,
সহজ সৰল মানুহে আঘাত পাই,
স্বার্থপৰ মানুহে আনন্দত জীৱন কটাই।
Read More